অসমীয়াত মাটি-কালি গণনা কৰা সহজ এপ BhuMiti - বিঘা, কঠা, লেচা, নলৰ সৈতে

| KmD

অসমীয়াত মাটিৰ হিচাপ

মাটিয়েই হল এনে এটা মূল্যবান সম্পদ যাৰ দাম কেতিয়াও কম । সোণৰ দাম উঠা-নমা কৰিব পাৰে, কিন্তু মাটিৰ মূল্য সদায় বাঢ়ি যায়। সেয়ে, যদি আপুনি মাটি ক্ৰয়-বিক্ৰয়, দলিল বনোৱা, ভাগ-বিতৰা বা আইনী কামৰ বাবে মাটি জুখিব লাগে, তেন্তে সঠিক হিচাপ কৰাটো খুবেই জৰুৰী।

মাটিৰ জোখ-মাখকেই হৈছে — দৈৰ্ঘ্য আৰু প্ৰস্থ জুখি, তাৰ পৰা বৰ্গফুট বা বৰ্গমিটাৰত ক্ষেত্ৰফল উলিয়াই লোৱা আৰু তাৰপিছত বিঘা, কঠা, লেচা আদি এককত ফলাফল কনভাৰ্ট কৰা। এই সকলো কাম আহি কাগজে কলমে কৰিলে বহুত সময় লাগে আৰু ভুল হোৱাৰো সম্ভাৱনা থাকে। এই সমস্যা সমাধান কৰিবলৈয়েই বনোৱা হৈছে BhuMiti (ভূমিতি) - এটা Online Assamese Land Calculator।

App Link Button

সাধাৰণ কেলকুলেটৰত মাটি কালি গণনা কৰাৰ পদক্ষেপ:

দৈৰ্ঘ্য আৰু প্ৰস্থ : মাটিৰ দুইটা দিশ নল (Nal), ফুট, মিটাৰ, ইঞ্চি বা চেণ্টিমিটাৰত জুখি লওক

কালি উলিয়াওক: দৈৰ্ঘ্য × প্ৰস্থ = বৰ্গফুট বা বৰ্গমিটাৰ

এতিয়া এই তথ্য় সমূহ বিঘা, লেচালৈ কনভাৰ্ট কৰক, ই এক দীঘল আৰু জতিল প্ৰক্ৰিয়া । কিন্তু এই সমস্যা সমাধান কৰি মাটিৰ হিচাপ সহজ কৰি তুলিছে অসমীয়াত মটি জোখা এপ BhuMiti (ভূমিতি) য়ে ।

অসমীয়াত মাটিৰ হিচাপৰ কিছু একক আকু তথ্যঃ

  • ১ নল = ১২ ফুট
  • ১ লেচা = ১ নল × ১ নল = ১৪৪ বৰ্গফুট
  • ১ কঠা = ২০ লেচা = ২৮৮০ বৰ্গফুট
  • ১ বিঘা = ১০০ লেচা = ১৪৪০০ বৰ্গফুট
  • ১ একৰ = প্ৰায় ৩ বিঘা ২.৫ লেচা
  • ১ হেক্টৰ = ১০৭৬৩৯.১০৪ বৰ্গফুট

এইবোৰ গণনাত ভুল হ’ব পাৰে, সময়ো লাগে। সেয়ে, BhuMiti (ভূমিতি) আপোনাৰ বাবে এক সহজ সমাধান

BhuMiti (ভূমিতি) কেনেকে সহায় কৰে?

  • Supports input in: Nal, Feet, Meter, Inch, cm
  • Displays result in: Bigha : Katha : Lecha & Sq Feet, Hectare
  • Decimal value সহ ফলাফল দেখা যায়, যেনে:
  • 2.12 Lecha = 2.12 Lecha (17.28 Sq Feet)
  • যিকোনো আকৃতিৰ মাটি — চতুৰ্ভুজ, অসমান দিশ, চক্ৰাকাৰ, ত্ৰিভুজ আকাৰ — support কৰে।

  • মাটিৰ যিকোনো আকৃতি জুখিবলৈ সুবিধা

  •  নল, ফুট, মিটাৰ, ইঞ্চ, চেণ্টিমিটাৰ আদিৰে ডাটা (জোখ) ভৰাব পাৰে।

  • বিঘা : কঠা : লেচা আৰু Square Feet, Hectare আদিত ৰিজাল্ট দিয়ে

  • 1 লেচাতকৈ কম মাটি বৰ্গফুটলৈ কনভার্ট কৰে ।


এতিয়া আপোনাৰ মাটিৰ জোখৰ কাম সহজ, সঠিক আৰু অসমীয়া ভাষাত

🔗 আজিয়েই visit কৰক: https://koustubhdas.com/apps/bhumiti/

Read More →