Skip to main content

Posts

How to Measure Land in Assam Using Traditional Units Like Bigha, Katha, Lecha, Nal

In Assam, most people still measure land using traditional units like Bigha (বিঘা), Katha (কাঠা), Lecha (লেচা), and Nal (নল). Even though units like square feet, meters, acres, and hectares are becoming more common in urban areas and government records, these local units are still widely used, especially in villages, for farming, buying or selling land, and even in legal discussions. [ Use  BhuMiti (ভূমিতি) The  Best Assamese Land Calculator ] Knowing how to calculate land using these units is important. It not only helps avoid confusion but also gives you clarity about the actual size of your land — something that can be helpful during land deals, dividing property, or preparing documents. Common Land Measurement Units in Assam Here’s a quick breakdown of the traditional units and what they mean: 1 Bigha (বিঘা) = 14,400 square feet 1 Katha (কাঠা) = 2,880 square feet (There are 5 Kathas in 1 Bigha) 1 Lecha (লেচা) = 144 square feet (20 Lechas = 1 Katha) 1 Nal (নল) = 12 feet (Th...
Recent posts

অসমীয়াত মাটি-কালি গণনা কৰা সহজ এপ BhuMiti - বিঘা, কঠা, লেচা, নলৰ সৈতে

অসমীয়াত মাটিৰ হিচাপ মাটিয়েই হল এনে এটা মূল্যবান সম্পদ যাৰ দাম কেতিয়াও কম । সোণৰ দাম উঠা-নমা কৰিব পাৰে, কিন্তু মাটিৰ মূল্য সদায় বাঢ়ি যায়। সেয়ে, যদি আপুনি মাটি ক্ৰয়-বিক্ৰয়, দলিল বনোৱা, ভাগ-বিতৰা বা আইনী কামৰ বাবে মাটি জুখিব লাগে, তেন্তে সঠিক হিচাপ কৰাটো খুবেই জৰুৰী। মাটিৰ জোখ-মাখকেই হৈছে — দৈৰ্ঘ্য আৰু প্ৰস্থ জুখি, তাৰ পৰা বৰ্গফুট বা বৰ্গমিটাৰত ক্ষেত্ৰফল উলিয়াই লোৱা আৰু তাৰপিছত বিঘা, কঠা, লেচা আদি এককত ফলাফল কনভাৰ্ট কৰা। এই সকলো কাম আহি কাগজে কলমে কৰিলে বহুত সময় লাগে আৰু ভুল হোৱাৰো সম্ভাৱনা থাকে। এই সমস্যা সমাধান কৰিবলৈয়েই বনোৱা হৈছে BhuMiti (ভূমিতি) - এটা Online Assamese Land Calculator। সাধাৰণ কেলকুলেটৰত মাটি কালি গণনা কৰাৰ পদক্ষেপ: দৈৰ্ঘ্য আৰু প্ৰস্থ : মাটিৰ দুইটা দিশ নল (Nal), ফুট, মিটাৰ, ইঞ্চি বা চেণ্টিমিটাৰত জুখি লওক কালি উলিয়াওক: দৈৰ্ঘ্য × প্ৰস্থ = বৰ্গফুট বা বৰ্গমিটাৰ এতিয়া এই তথ্য় সমূহ বিঘা, লেচালৈ কনভাৰ্ট কৰক, ই এক দীঘল আৰু জতিল প্ৰক্ৰিয়া । কিন্তু এই সমস্যা সমাধান কৰি মাটিৰ হিচাপ সহজ কৰি তুলিছে অসমীয়াত মটি জোখা এপ BhuMiti (ভূমিতি) য়ে । অসমীয়াত মাটিৰ হিচাপৰ কিছু একক আকু তথ্য...